১৯৮৮ তো নুবুৰা অঞ্চল আজি জলমগ্ন । বানৰ সময়ত বিদেশত বিধায়ক । গাঁও, নগৰত হাহাকাৰ । আপোন ঘৰখন হেৰুৱাই কান্দিছে বানাক্ৰান্তই ।