Surprise Me!

কমাৰবন্ধাত আশ্ৰয় শিবিৰত মুখ্যমন্ত্ৰী, বন্যাৰ্তক সামৰ্থ অনুযায়ী সকলো সহায়ৰ আশ্বাস

2026-07-23 1 Dailymotion

গোলাঘাটৰ জিলাৰ বোকাখাত, মৰঙী, দেৰগাঁও, খুমটাই আৰু গোলাঘাটত মুঠ ১৩৬ খন গাঁও বানৰ কবলত পৰিছে । জিলা প্ৰশাসনে ১৭ টা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে ৷