মথাউৰি নিৰ্মাণত দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ ৷ জোনাই জলসম্পদ বিভাগৰ চোৱাচিতাৰ দায়িত্বত থকা অভিযন্তাৰ লগতে ঠিকাদাৰৰ বিৰুদ্ধেও উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ দাবী আছুৰ ৷