Surprise Me!

জলপ্ৰলয়ে নিঃশেষ কৰা শিক্ষাৰ্থী জীৱন পুনৰুজ্জীৱিত কৰাৰ চেষ্টা; ৰ'দত শুকুৱাইছে কিতাপ-বহী

2026-07-25 2 Dailymotion

যোৰহাট, চৰাইদেউ, শিৱসাগৰত বানে ধ্বংস কৰিলে শিক্ষাৰ্থীৰ শৈক্ষিক জীৱন । ৰ'দত শুকুৱাইছে কিতাপ-বহী । বানত শেষ হ’ল বছৰটোৰ পঢ়া । চৰকাৰৰ সহায় বিচাৰিছে শিক্ষাৰ্থীয়ে ।