চৰাইদেউ জিলাত বানে ব্যাপক ক্ষতি কৰিছে । বানপীড়িতক সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিলে বিধায়ক সুৰুজ দিহিঙীয়াই ।