ত্ৰিশক্তি এণ্টাৰটেইনমেণ্টৰ উদ্যোগত পুনৰ জীৱিত হ’ল নলবাৰীৰ ঐতিহাসিক ‘থিয়েটাৰ ভাগ্যদেৱী’ ৷ তিনিখনকৈ ব্যয়বহুল নাটকেৰে ২০২৬-২৭ বৰ্ষৰ নাট্য যাত্ৰাৰ বাবে সাজু থিয়েটাৰ ভাগ্যদেৱী ৷