এচিচিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি কলগাছিয়াত তিনিদিনীয়া ৰাজ্যিক প্ৰশিক্ষণ শিবিৰৰ সামৰণি । সাতখন জিলাৰ প্ৰায় ২৪৫ গৰাকী কেডেটে অংশগ্ৰহণ কৰে প্ৰশিক্ষণ শিবিৰত ৷