ভূপেন হাজৰিকাৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে' গীত গায় গায় বানপীড়িত ৰাইজক সহায়ৰ বাবে ওলাই আহিছে দৰঙৰ শিল্পী সমাজ ৷