Surprise Me!

অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী আইনক ঐতিহাসিক দলিল আখ্যা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ

2026-07-30 1 Dailymotion

অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী আইনক আদৰণি বৰপেটা সত্ৰৰ ৷ সত্ৰীয়া সংস্কৃতি সুৰক্ষাৰ ক্ষেত্ৰত এয়া ঐতিহাসিক পদক্ষেপ বুলি মন্তব্য বুঢ়া সত্ৰীয়াৰ ৷