বানপীড়িত অঞ্চলৰ ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীৰ বাবে চৰকাৰে বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰম্ভ কৰিছে । শিক্ষা মন্ত্ৰীয়ে কৰিলে বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ ।