Surprise Me!

যোৰহাটত ছিগা মাথাউৰি ১৫ আগষ্টৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হ'ব; মন্ত্ৰী কেশৱ মহন্ত

2026-07-31 0 Dailymotion

যোৰহাট : শুকুৰবাৰে পুনৰ যোৰহাটৰ ভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিলে মন্ত্ৰী কেশৱ মহন্তই ৷ ৭ আগষ্ট পৰা বন্যাৰ্তক সহায় আগবঢ়াবৰ কাৰণে গোটেই প্ৰক্ৰিয়া, চাৰ্ভে আৰম্ভ কৰিছে বুলিও ঘোষণা মন্ত্ৰী মহন্তৰ ৷ তেওঁ লগতে কয়,"যোৰহাট জিলাত ৮টা মাথাউৰি ছিগিছে, আমি ১৫ আগষ্টৰ আগতেই সৰু-সুৰা ছিঙা অংশবোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিম । ঔগুৰি জান, নেপালী খুঁটি, বিহুবৰ, চন্তক আদিত পলসৰে এতিয়া ভৰি পৰিছে ৷ বাম মাটি দ হৈছে, দ মাটি বহুত বাম হৈ ওখ হৈ পৰিছে ।