বন্যাৰ্তক সহায়ৰ বাবে শিল্পী-কলা কুশলী ওলাই আহিল ৷ ৯-১১ আগষ্টত বানপীড়িত অঞ্চলত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিব ৷