অসম-মেঘালয় সীমান্তৱৰ্তী যোৰাবাটৰ একমাত্ৰ অসমীয়া মাধ্যমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়খনৰ অৱস্থা দেখি আপুনি আচৰিত হ’ব । বিদ্যালয়খনলৈ যোৱাৰ বাবে নাই উন্নত পথ বা সুৰক্ষিত দলং ।