Surprise Me!

গণশিল্পী সূৰ্য দাসৰ প্ৰতিমূৰ্তিক লৈ বিতৰ্ক;নিৰ্মাণৰ সমিতিৰ বিৰুদ্ধে অৱহেলাৰ অভিযোগ

2026-08-02 3 Dailymotion

২০২০ চনতে গণশিল্পী সূৰ্য দাসৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হৈছিল । ডেৰ বছৰে প্ৰতিমূৰ্তি স্থাপন নোহোৱাত নিৰ্মাণ সমিতিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উঠিছে ।