বানত ক্ষতিগ্ৰস্ত যোৰহাটৰ এলেংমৰা অঞ্চলত উপস্থিত হৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন সাহায্য সামগ্ৰী বিতৰণ কৰে ।