হৃদয়ৰ মানুহজন নাই, কিন্তু সজীৱ তেওঁৰ অস্তিত্ব: সোণাপুৰৰ 'জুবিন ক্ষেত্ৰ'ত অনুৰাগীৰ লানি নিচিগা সোঁত, প্ৰিয়শিল্পীৰ অনুপস্থিতিত বানপীড়িতৰ সহায়ৰ বাবে ওলাই আহিল অনুৰাগী…………