পৰম্পৰাগত কৃষি সংস্কৃতি আজিও অটুট ৰাখি বাহিৰ জোনাই পুনচাং গাঁৱৰ যুৱক সংঘই কোৰ মাৰি মাটি বোকাময় কৰি সমূহীয়াকৈ ধানৰ কঠীয়া ৰোপণ কৰে ৷