২০২২ চনত কপিলী আৰু নিশাৰী নৈৰ বাঢ়নী পানীয়ে পথটো তিনিটা স্থান খহাই নিয়ে ৷ আজিকোপতি মেৰামতি পথটো নোহোৱাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৰাইজ ।