ক্ষতিগ্ৰস্ত শিক্ষানুষ্ঠানসমূহ মেৰামতিৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে । শিক্ষাৰ্থীসকলকো সকলো ধৰণে সহায়ৰ প্ৰতিশ্ৰুতি শিক্ষা মন্ত্ৰীৰ ।