Surprise Me!

জৈৱিক চাবোনেৰে গা ধুৱাই বানাক্ৰান্তৰ ছালৰ যতন লোৱাৰ প্ৰয়াস এগৰাকী উদ্যমী মহিলাৰ

2026-08-05 111 Dailymotion

বানপীড়িত ১০০ পৰিয়ালৰ মাজত বিতৰণৰ বাবে প্ৰস্তুত জৈৱিক চাবোন । লগতে থাকিব প্ৰাথমিক চিকিৎসা সামগ্ৰীৰে এটা 'ফাৰ্ষ্ট এইড কিট' । ববিতা বড়াৰ বিশেষ পদক্ষেপ ।