নগাঁৱৰ কাতিমাৰিস্থিত চিআৰপিএফ কেম্পৰ গুলীচালনাক লৈ তীব্ৰ চাঞ্চল্য । ঘটনা সংঘটিত কৰা জোৱানৰ মানসিক অৱস্থাক লৈ উত্থাপিত হৈছে প্ৰশ্ন । নগাঁৱৰ পৰা ৰকিবুল ৱাহিদৰ প্ৰতিবেদন...