Surprise Me!

মুগা উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে অভিলাষী আঁচনি গ্ৰহণ চৰকাৰৰ

2026-08-06 2 Dailymotion

ডিব্ৰুগড়ত হস্ততাঁত বাণিজ্য কেন্দ্ৰৰ শুভ উদ্বোধন । ৰাজ্যৰ বয়ন শিল্পীসকলৰ উৎপাদিত সামগ্ৰীৰ বিপণন, প্ৰচাৰ আৰু বজাৰ সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব এই কেন্দ্ৰই ।