ধেমাজিৰ নন্দিতা শইকীয়া হত্যাকাণ্ডৰ দোষী ৰিণ্টু শৰ্মাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ডাঙৰ ৰায়দান কৰে ৷ ন্যায়ালয়ে লাঘৱ কৰে হত্যাকাৰী ৰিণ্টুৰ শাস্তি ৷