Surprise Me!

বানৰ সময়ত প্ৰধানমন্ত্রীয়ে অসমৰ মানুহৰ লগত আছোঁ বুলি কিয় নকয় ? প্ৰশ্ন বিৰোধী দলপতিৰ

2026-08-06 1 Dailymotion

অসমৰ বান পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী মোদীৰ স্থিতিক সমালোচনা কৰে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে ।