অৰুণাচল প্ৰদেশৰ নাচো মহকুমা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা ৷ পথৰ কাষত ৰখা বালি, শিল, কাঠ, টায়াৰ, যন্ত্ৰপাতি দুদিনৰ ভিতৰত আঁতৰোৱাৰ নিৰ্দেশ প্ৰশাসনৰ ৷