Surprise Me!

বানাক্ৰান্ত জিলাৰ বিদ্যালয়সমূহত ১০ আগষ্টৰ পৰা পাঠদান, চাফা নোহোৱা বিদ্যালয়ৰ ক্ষেত্ৰত কৰা হ'ব বিকল্প চিন্তা : শিক্ষামন্ত্ৰী

2026-08-08 3 Dailymotion

প্ৰলয়ংকৰী বানত শিৱসাগৰ আৰু চৰাইদেউ জিলাত বিধ্বস্ত হৈছিল কেইবাশতাধিক বিদ্যালয় । পানী শুকাইছে যদিও বিদ্যালয় চৌহদ আৰু শ্ৰেণীকোঠাত পলস পৰাত কদৰ্যময় পৰিস্থিতিৰ সৃষ্টি হৈছে ।