Surprise Me!

মঙলদৈৰ শিবিৰত বন্যাৰ্তৰ বাবে ৰন্ধা খাদ্য তন্নতন্নকৈ পৰীক্ষা মুখ্যমন্ত্ৰীৰ

2026-08-08 0 Dailymotion

মঙলদৈৰ ঔতোলাত ছিগা মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ । বান শিবিৰত থকা লোকক পুষ্টিকৰ খাদ্য যোগানৰ নিৰ্দেশ ।