শনিবাৰে আছুৰ সংবিধান গ্ৰহণৰ হীৰক জয়ন্তী বৰ্ষত ভৰি দিলে ৷ জিলা সদৰৰ ৰাজহুৱা স্থানত ৬০ গছিকৈ বন্তি প্রজ্জ্বলন কৰি বছৰযোৰা কাৰ্যসূচীৰ শুভাৰম্ভ ৷