এপষেক পাৰ হোৱাৰ পাছতো আজিও ভোগদৈৰ বানত বহু বাসগৃহ ডুব গৈ আছে ৷ কেনেদৰে জীৱন জীয়াব- তাকে লৈ উচুপনি বানাক্ৰান্তৰ ৷