Surprise Me!

নগাঁও উপ-নিৰ্বাচন: সহায় বিচৰা কংগ্ৰেছক অগ্ৰাহ্য এআইইউডিএফৰ

2026-08-11 0 Dailymotion

নগাঁও লোকসভা সমষ্টি উদ্ধাৰৰ বাবে কংগ্ৰেছৰ প্ৰয়োজন এআইইউডিএফৰ সহায়। সহায় বিচৰা কংগ্ৰেছক এআইইউডিএফে সমৰ্থন নিদিয়ে, আমিনুল ইছলামে এই কথা স্পষ্ট কৰিছে ।