মঙলবাৰে অৰুণাচলী দুৰ্বৃত্তৰ বিৰুদ্ধে দল সংগঠনে লখিমপুৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷ দোষীক গ্ৰেপ্তাৰ নকৰিলে অৰুণাচলৰ সংযোগী পথ বন্ধৰ হুংকাৰ বীৰ লাচিত সেনাৰ ৷