ৰাজ্যৰ শেহতীয়া ভয়াৱহ বান পৰিস্থিতিৰ পাছৰ সময়ছোৱাত জনস্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ব্যাপক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।