Surprise Me!

বিত্তমন্ত্ৰীৰ আশ্বাস আৰু একুৰি চাৰি বছৰীয়া সমস্যাৰ পৰা সকাহ পোৱাৰ সপোন পশ্চিম দৰঙৰ ৰাইজৰ

2026-08-11 4 Dailymotion

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পশ্চিম দৰঙৰ ভকতপাৰা, হাতীমাৰা, কটাহী ৰাজঘাট, গোমোঠাপাৰা, নিজ সৰাবাৰী, শালৈপাৰা, বুঢ়াখাট আদি অঞ্চলৰ আবদ্ধ হৈ থকা পানী উলিয়াই দিয়াৰ আশ্বাস প্ৰদান ।