Surprise Me!

মায়ঙত পুনৰ প্ৰাচীন শৈল আৰু মৃন্ময় ভাস্কৰ্য উদ্ধাৰ: সংৰক্ষণৰ বাবে আগবাঢ়ি আহিল গ্ৰাম্য সংগ্ৰহালয়

2026-08-12 4 Dailymotion

যাদু-মন্ত্ৰৰ দেশ মায়ঙত প্ৰাচীন সভ্যতাৰ ভঁৰাল ! কাছশিলা পাহাৰত উদ্ধাৰ অমূল্য ঐতিহাসিক সমল, মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ উদ্যোগত সংৰক্ষণৰ প্ৰচেষ্টা ৷