Surprise Me!

অসমত মাখানাৰ বিপুল সম্ভাৱনা আছে: কৃষি মন্ত্ৰী পীযুষ হাজৰিকা

2026-08-12 0 Dailymotion

প্ৰচুৰ পৰিমাণে মাখানা খেতি কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান । কৃষি ভিত্তিত মিঠাতেল উদ্যোগ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ।