বানপীড়িত অঞ্চলত ১৩ টা মেগা চিকিৎসা শিবিৰ । চৰ্মৰোগীৰ বাবে বিশেষ সুবিধা । নৱনিৰ্মিত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি স্বাস্থ্য মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা ।