উজনিৰ বান বনাম অসমৰ কয়লা । মুখ্যমন্ত্ৰীৰ বক্তব্যক প্ৰত্যাহ্বান কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ । যোৰহাটৰ তিতাবৰৰ বেকাজানত খেতিপথাৰত পৰা কয়লাৰ চামনিয়ে সৃষ্টি কৰিছে উদ্বেগ ।