Surprise Me!

গুৱাহাটীৰ ৰাজপথত ১০০ মিটাৰ দীঘল ত্ৰিৰংগ পতাকা

2026-08-15 1 Dailymotion

সমগ্ৰ দেশে শনিবাৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে ৷ স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটীত ১০০ ফুট দৈৰ্ঘৰ এক বিশাল ত্ৰিৰংগা যাত্ৰা বাহিৰ কৰা হয় । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত এই ত্ৰিৰংগা যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় । বি বৰুৱা মহাবিদ্যালৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা এছ বি দেওৰা মহাবিদ্যালয়ত সামৰণি পৰে ৷