Surprise Me!

হোটেলত শুই থাকোতেই ছাই হৈ গ'ল ৬ জন: পুৱাই হুৱাদুৱা

2026-08-17 0 Dailymotion

তীৰ্থযাত্ৰীসকল শুই থকাৰ সময়তে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ জুইৰ ধোঁৱা হোটেলৰ বন্ধ কোঠাবোৰত আবদ্ধ হৈ পৰাৰ ফলত বহু লোক অসুস্থ হৈ পৰে ৷