Surprise Me!

আঘাতপ্ৰাপ্ত ধনেশক নতুন জীৱন দি প্ৰকৃতি সংৰক্ষণৰ অনন্য নিদৰ্শন ভৰত বৰাৰ

2026-08-17 6 Dailymotion

৩৩ বছৰ ধৰি আঘাতপ্ৰাপ্ত ধনেশ পক্ষীক শুশ্ৰূষা কৰি আহিছে মৰাণৰ ভৰত বৰাই । পুনৰ ৩ টা পক্ষীক দিলে নতুন জীৱন ।