বিশিষ্ট লেখক ইন্দ্ৰেশ্বৰ পেগুৱে স্বাস্থ্যজনিত কাৰণত বঁটা গ্ৰহণ কৰিবলৈ নিৰ্দিষ্ট দিনটোত উপস্থিত হ’ব পৰা নাছিল ৷ তেওঁক শেহতীয়াকৈ এই বঁটা প্ৰদান কৰা হয় ৷