Surprise Me!

অসমত হ'ব নেকি ৮.৫ প্ৰাবল্যৰ ভূমিকম্প? ভূগোলবিদ ড৹ মাণিক কৰৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

2026-08-20 9 Dailymotion

ভূমিকম্পৰ আগজাননীত আতংকিত জনতা । সঁচাকৈয়ে হ'ব নেকি ৮.৫ প্ৰাবল্যৰ ভূমিকম্প ? ভূমিকম্পৰ আগজাননী দিয়াটো সম্ভৱনে ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।