শেহতীয়া বানত ৰাজ্যৰ ১১ খন জিলাৰ ২০ হাজাৰ পুখুৰী তথা ফিচাৰী নষ্ট হৈছে । এই মীনপালকসকলে পুনৰ নতুনকৈ জীৱন সংগ্ৰামত অৱতীৰ্ণ হ'ব লাগিব ।