Surprise Me!

অসমৰ ১৯ কিলোমিটাৰ ভূমি অৰুণাচলৰ গুগল মেপত কেনেকৈ সোমাল ?

2026-08-22 0 Dailymotion

সীমান্তৰ ৰুকচিন চেকগেটৰ পৰা ঐৰামঘাটলৈ অসমৰ ভূমি গুগল মেপত অৰুণাচল প্ৰদেশত অন্তৰ্ভুক্ত দেখুওৱা হৈছে ।