Surprise Me!

ডিমৰীয়াত সাংস্কৃতিক নৱজাগৰণ: তিৱা লোক-নৃত্যৰ প্ৰতি আকৰ্ষিত হৈ ৰাজস্থানৰ যুৱতীৰ কৰ্মশালাত অংশগ্ৰহণ

2026-08-24 18 Dailymotion

ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ প্ৰচেষ্টাত ডিমৰীয়াত লোক-নৃত্যৰ লগতে নৱপ্ৰজন্মক দিয়া হৈছে তিৱা জাতীয় সংগীত আৰু ভাষাৰ শুদ্ধ প্ৰশিক্ষণ, এই সন্দৰ্ভত সোণাপুৰৰ পৰা দেবেন বৰুৱাৰ প্ৰতিবেদন...