ঘটনাৰ সৈতে জড়িত দুস্কৃতিকাৰীক কঠোৰ শাস্তিৰ দাবী প্ৰতিবাদকাৰীৰ। সমদলত ২ শতাধিক বিজেপি সদস্যৰ অংশগ্ৰহণ। প্ৰতিবাদস্থলীত উপস্থিত থাকে কুইন ওজা, দিলীপ শইকীয়া আৰু সঞ্জয় কিষাণ।