দিল্লীত ৭ বছৰে বন্দিত্বৰ জীৱন কটোৱা তেজপুৰৰ এগৰাকী যুৱতীয়ে ফাদিল কৰিছে এই বিস্ফোৰক তথ্য। ইতিমধ্যে তেজপুৰ থানাত ভুক্তভোগী যুৱতীয়ে দাখিল কৰিছে এজাহাৰ।