শিহৰণকাৰী দৃশ্য বন্দি মোবাইল কেমেৰাত। শক্তি বিভাগৰ গাফিলতিত কৰ্মচাৰীজনৰ মৃত্যু হোৱাৰ অভিযোগ। শক্তি বিভাগৰ দোষী বিষয়া কৰ্মচাৰীক কঠোৰ শাস্তিৰ দাবী ৰাইজৰ।