Surprise Me!

মানুহে খন্দা গাঁতত পৰা গজৰাজৰ বিলৈ...

2025-01-21 1 Dailymotion

গোলাঘাট জিলাৰ সুন্দৰপুৰত হাতী পৰিল গাঁতত ।‌ বহু সময় গাঁতত পৰি চটফটাই থকা হাতীটোক এক্সেভেটৰৰৰ সহায়ত উদ্ধাৰ কৰে বন বিভাগে ।