আধুনিক সামগ্ৰী ব্যৱহাৰ কৰি অসমৰ ভাস্কৰ্য শিল্পত নতুনত্ব অনাৰ প্ৰয়াস কৰিছে ডিব্ৰুগড়ৰ এগৰাকী শিল্পীয়ে । অসমৰ লগতে বহিঃৰাজ্যতো তেওঁ আজি সমাদৃত ।